হাত-বাউলহাত-বাউলি

হাত-বাউল দি মাত (Assamese) [ Roman: hat-ba.ul di mat]
Contributed by: Partha P Sarmah on 2008-12-06
1. (Verb-Trans.) to call/invite somebody's attention by movements of the hands. হাত জোকাৰি কাৰোবাক আহিবলৈ ইংগিত দিয়া বা কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰা যাতে তেওঁ ওচৰলৈ আহে৷
English: beckon,
Assamese: হাত-বাউল দি মাত,
Mising: ogyap,
Garo: jakjipa

Different POS:

a. Abstract Noun: beckon, হাত-বাউল, হাত-বাউলি...